Arabic with tafsir
Listen to Surah Al-Ikhlas (1391 reciters)
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
قُلۡ هُوَ ٱللَّهُ أَحَدٌ ١কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয় ٱللَّهُ ٱلصَّمَدُ ٢আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী) لَمۡ يَلِدۡ وَلَمۡ يُولَدۡ ٣তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই وَلَمۡ يَكُن لَّهُۥ كُفُوًا أَحَدُۢ ٤আৰু তেওঁৰ সমতুল্য কোনো নাই’।
Translation: Shaykh Rafeequl Islam Habibur Rahman.