بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
وَٱلۡمُرۡسَلَٰتِ عُرۡفًا ١শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ فَٱلۡعَٰصِفَٰتِ عَصۡفًا ٢তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ وَٱلنَّٰشِرَٰتِ نَشۡرًا ٣শপত প্ৰচণ্ড সঞ্চালনকাৰীৰ فَٱلۡفَٰرِقَٰتِ فَرۡقًا ٤তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ فَٱلۡمُلۡقِيَٰتِ ذِكۡرًا ٥তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে عُذۡرًا أَوۡ نُذۡرًا ٦ওজৰ-আপত্তি দূৰীকৰণ আৰু সতৰ্ক কৰাৰ বাবে إِنَّمَا تُوعَدُونَ لَوَٰقِعٌ ٧নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অৱশ্যে সংঘটিত হ’ব। فَإِذَا ٱلنُّجُومُ طُمِسَتۡ ٨যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব وَإِذَا ٱلسَّمَآءُ فُرِجَتۡ ٩আৰু যেতিয়া আকাশখন বিদীৰ্ণ কৰা হ’ব وَإِذَا ٱلۡجِبَالُ نُسِفَتۡ ١٠আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণবিচূৰ্ণ কৰা হ’ব وَإِذَا ٱلرُّسُلُ أُقِّتَتۡ ١١আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব لِأَيِّ يَوۡمٍ أُجِّلَتۡ ١٢কোনটো দিনৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে لِيَوۡمِ ٱلۡفَصۡلِ ١٣বিচাৰ দিনৰ বাবে। وَمَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلۡفَصۡلِ ١٤আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি وَيۡلٌ يَوۡمَئِذٍ لِّلۡمُكَذِّبِينَ ١٥সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে। أَلَمۡ نُهۡلِكِ ٱلۡأَوَّلِينَ ١٦আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে ثُمَّ نُتۡبِعُهُمُ ٱلۡأٓخِرِينَ ١٧তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম। كَذَٰلِكَ نَفۡعَلُ بِٱلۡمُجۡرِمِينَ ١٨অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰো। وَيۡلٌ يَوۡمَئِذٍ لِّلۡمُكَذِّبِينَ ١٩সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে। أَلَمۡ نَخۡلُقكُّم مِّن مَّآءٍ مَّهِينٍ ٢٠আমি তোমালোকক ঘৃণনীয় পানীৰ পৰা সৃষ্টি কৰা নাইনে فَجَعَلۡنَٰهُ فِي قَرَارٍ مَّكِينٍ ٢١তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছো إِلَىٰ قَدَرٍ مَّعۡلُومٍ ٢٢এটা নিৰ্দিষ্ট সময় লৈকে فَقَدَرۡنَا فَنِعۡمَ ٱلۡقَٰدِرُونَ ٢٣তাৰ পিছত আমি পৰিমাপ কৰিছো, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী وَيۡلٌ يَوۡمَئِذٍ لِّلۡمُكَذِّبِينَ ٢٤সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে। أَلَمۡ نَجۡعَلِ ٱلۡأَرۡضَ كِفَاتًا ٢٥আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে أَحۡيَآءً وَأَمۡوَٰتًا ٢٦জীৱিতসকল আৰু মৃতসকলৰ বাবে وَجَعَلۡنَا فِيهَا رَوَٰسِيَ شَٰمِخَٰتٍ وَأَسۡقَيۡنَٰكُم مَّآءً فُرَاتًا ٢٧আৰু আমি তাত স্থাপন কৰিছো সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰাইছো তৃ়ষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী। وَيۡلٌ يَوۡمَئِذٍ لِّلۡمُكَذِّبِينَ ٢٨সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে। ٱنطَلِقُوٓاْ إِلَىٰ مَا كُنتُم بِهِۦ تُكَذِّبُونَ ٢٩(সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে। ٱنطَلِقُوٓاْ إِلَىٰ ظِلٍّ ذِي ثَلَٰثِ شُعَبٍ ٣٠যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে لَّا ظَلِيلٍ وَلَا يُغۡنِي مِنَ ٱللَّهَبِ ٣١যিটো ছাঁ শীতল নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব إِنَّهَا تَرۡمِي بِشَرَرٍ كَٱلۡقَصۡرِ ٣٢নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি كَأَنَّهُۥ جِمَٰلَتٌ صُفۡرٌ ٣٣এনেকুৱা যেন হালধীয়া উটৰ শ্ৰেণী وَيۡلٌ يَوۡمَئِذٍ لِّلۡمُكَذِّبِينَ ٣٤সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে। هَٰذَا يَوۡمُ لَا يَنطِقُونَ ٣٥এইটো এনেকুৱা দিন যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব وَلَا يُؤۡذَنُ لَهُمۡ فَيَعۡتَذِرُونَ ٣٦আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব। وَيۡلٌ يَوۡمَئِذٍ لِّلۡمُكَذِّبِينَ ٣٧সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে। هَٰذَا يَوۡمُ ٱلۡفَصۡلِۖ جَمَعۡنَٰكُمۡ وَٱلۡأَوَّلِينَ ٣٨‘এইটো ফয়চালাৰ দিন আমি একত্ৰিত কৰিছো তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’। فَإِن كَانَ لَكُمۡ كَيۡدٌ فَكِيدُونِ ٣٩এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে। وَيۡلٌ يَوۡمَئِذٍ لِّلۡمُكَذِّبِينَ ٤٠সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে। إِنَّ ٱلۡمُتَّقِينَ فِي ظِلَٰلٍ وَعُيُونٍ ٤١নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত وَفَوَٰكِهَ مِمَّا يَشۡتَهُونَ ٤٢আৰু সিহঁতৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত। كُلُواْ وَٱشۡرَبُواْ هَنِيٓـَٔۢا بِمَا كُنتُمۡ تَعۡمَلُونَ ٤٣(সিহঁতক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা إِنَّا كَذَٰلِكَ نَجۡزِي ٱلۡمُحۡسِنِينَ ٤٤সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকো। وَيۡلٌ يَوۡمَئِذٍ لِّلۡمُكَذِّبِينَ ٤٥সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে। كُلُواْ وَتَمَتَّعُواْ قَلِيلًا إِنَّكُم مُّجۡرِمُونَ ٤٦(হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী। وَيۡلٌ يَوۡمَئِذٍ لِّلۡمُكَذِّبِينَ ٤٧সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে। وَإِذَا قِيلَ لَهُمُ ٱرۡكَعُواْ لَا يَرۡكَعُونَ ٤٨যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা সিহঁতে ৰুকু’ নকৰে’। وَيۡلٌ يَوۡمَئِذٍ لِّلۡمُكَذِّبِينَ ٤٩সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে। فَبِأَيِّ حَدِيثِۭ بَعۡدَهُۥ يُؤۡمِنُونَ ٥٠এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোন বাণীৰ প্ৰতি ঈমান আনিব