Arabic with tafsir
Listen to Surah Al-Inshirah (1282 reciters)
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
أَلَمۡ نَشۡرَحۡ لَكَ صَدۡرَكَ ١আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে وَوَضَعۡنَا عَنكَ وِزۡرَكَ ٢আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে ٱلَّذِيٓ أَنقَضَ ظَهۡرَكَ ٣যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল وَرَفَعۡنَا لَكَ ذِكۡرَكَ ٤আৰু আমিয়েই তোমাৰ (মৰ্যদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছো। فَإِنَّ مَعَ ٱلۡعُسۡرِ يُسۡرًا ٥এতেকে দুখৰ লগতেই আছে সুখ إِنَّ مَعَ ٱلۡعُسۡرِ يُسۡرًا ٦নিশ্চয় দুখৰ লগতেই আছে সুখ। فَإِذَا فَرَغۡتَ فَٱنصَبۡ ٧এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা। وَإِلَىٰ رَبِّكَ فَٱرۡغَب ٨আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা।
Translation: Shaykh Rafeequl Islam Habibur Rahman.