ملة الإسلام

السورة 104 · 9 آية · Shaykh Rafeequl Islam Habibur Rahman

سورة الهمزة باللغة الآسامية

السورة بالعربية مع التفسير استمع إلى سورة الهمزة (1,287 قارئاً)
مكيةسورة الهمزة٩ آية

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

وَيۡلٌ لِّكُلِّ هُمَزَةٍ لُّمَزَةٍ ١দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে। ٱلَّذِي جَمَعَ مَالًا وَعَدَّدَهُۥ ٢যিয়ে সম্পদ জমা কৰে আৰু বাৰে বাৰে গণনা কৰে। يَحۡسَبُ أَنَّ مَالَهُۥٓ أَخۡلَدَهُۥ ٣সি ধাৰণা কৰে যে, তাৰ সম্পদে তাক চিৰজীৱি কৰি ৰাখিব। كـَلَّاۖ لَيُنۢبَذَنَّ فِي ٱلۡحُطَمَةِ ٤কেতিয়াও নহয়, নিশ্চয় সি হুতামাত নিক্ষিপ্ত হ’ব। وَمَآ أَدۡرَىٰكَ مَا ٱلۡحُطَمَةُ ٥আৰু তুমি জানানে, হুতামা কি نَارُ ٱللَّهِ ٱلۡمُوقَدَةُ ٦ই আল্লাহৰ প্ৰজ্বলিত জুই। ٱلَّتِي تَطَّلِعُ عَلَى ٱلۡأَفۡـِٔدَةِ ٧যিয়ে হৃদপিণ্ডক গ্ৰাস কৰিব। إِنَّهَا عَلَيۡهِم مُّؤۡصَدَةٌ ٨নিশ্চয় ই সিহঁতক আৱদ্ধ কৰি ৰাখিব। فِي عَمَدٍ مُّمَدَّدَةِۭ ٩ওখ ওখ স্তম্ভসমূহত।

الترجمة: Shaykh Rafeequl Islam Habibur Rahman.