ملة الإسلام

السورة 111 · 5 آية · Shaykh Rafeequl Islam Habibur Rahman

سورة المسد باللغة الآسامية

السورة بالعربية مع التفسير استمع إلى سورة المسد (1,267 قارئاً)
مكيةسورة المسد٥ آية

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

تَبَّتۡ يَدَآ أَبِي لَهَبٍ وَتَبَّ ١ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হৈছে। مَآ أَغۡنَىٰ عَنۡهُ مَالُهُۥ وَمَا كَسَبَ ٢তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল। سَيَصۡلَىٰ نَارًا ذَاتَ لَهَبٍ ٣অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব। وَٱمۡرَأَتُهُۥ حَمَّالَةَ ٱلۡحَطَبِ ٤আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে فِي جِيدِهَا حَبۡلٌ مِّن مَّسَدِۭ ٥তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছি।

الترجمة: Shaykh Rafeequl Islam Habibur Rahman.