السورة بالعربية مع التفسير
استمع إلى سورة الماعون (839 قارئاً)
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
أَرَءَيۡتَ ٱلَّذِي يُكَذِّبُ بِٱلدِّينِ ١তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে فَذَٰلِكَ ٱلَّذِي يَدُعُّ ٱلۡيَتِيمَ ٢সি সেইজনেই, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায় وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلۡمِسۡكِينِ ٣আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে। فَوَيۡلٌ لِّلۡمُصَلِّينَ ٤এতেকে ধ্বংস সেইবিধ ছালাত আদায়কাৰীসকলৰ ٱلَّذِينَ هُمۡ عَن صَلَاتِهِمۡ سَاهُونَ ٥যিসকলে নিজৰ ছালাতত অমনোযোগী ٱلَّذِينَ هُمۡ يُرَآءُونَ ٦যিসকলে আনক দেখুৱাবলৈহে কৰে وَيَمۡنَعُونَ ٱلۡمَاعُونَ ٧আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।
الترجمة: Shaykh Rafeequl Islam Habibur Rahman.