Millat al-Islam

Chapter 109 · 6 verses · Shaykh Rafeequl Islam Habibur Rahman

Surah Al-Kafirun in Assamese

Arabic with tafsir Listen to Surah Al-Kafirun (773 reciters)

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

قُلۡ يَٰٓأَيُّهَا ٱلۡكَٰفِرُونَ ١কোৱা, ‘হে কাফিৰসকল لَآ أَعۡبُدُ مَا تَعۡبُدُونَ ٢তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ وَلَآ أَنتُمۡ عَٰبِدُونَ مَآ أَعۡبُدُ ٣আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয় وَلَآ أَنَا۠ عَابِدٌ مَّا عَبَدتُّمۡ ٤আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা। وَلَآ أَنتُمۡ عَٰبِدُونَ مَآ أَعۡبُدُ ٥আৰু মই যাৰ ইবাদত কৰোঁ তোমালোকেও তাৰ ইবাদতকাৰী নহয়। لَكُمۡ دِينُكُمۡ وَلِيَ دِينِ ٦তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।

Translation: Shaykh Rafeequl Islam Habibur Rahman.