Arabic with tafsir
Listen to Surah Al-Kawthar (810 reciters)
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
إِنَّآ أَعۡطَيۡنَٰكَ ٱلۡكَوۡثَرَ ١নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ। فَصَلِّ لِرَبِّكَ وَٱنۡحَرۡ ٢এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কোৰবানী কৰা। إِنَّ شَانِئَكَ هُوَ ٱلۡأَبۡتَرُ ٣নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰীয়েই নিৰ্বংশ।
Translation: Shaykh Rafeequl Islam Habibur Rahman.