Arabic with tafsir
Listen to Surah Al-Qaria (1290 reciters)
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
ٱلۡقَارِعَةُ ١ভীতিপ্ৰদ মহা বিপদ। مَا ٱلۡقَارِعَةُ ٢ভীতিপ্ৰদ মহা বিপদ কি وَمَآ أَدۡرَىٰكَ مَا ٱلۡقَارِعَةُ ٣ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা يَوۡمَ يَكُونُ ٱلنَّاسُ كَٱلۡفَرَاشِ ٱلۡمَبۡثُوثِ ٤সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে। وَتَكُونُ ٱلۡجِبَالُ كَٱلۡعِهۡنِ ٱلۡمَنفُوشِ ٥আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙ্গিন ঊণৰ দৰে। فَأَمَّا مَن ثَقُلَتۡ مَوَٰزِينُهُۥ ٦এতেকে যাৰ তৰ্জুসমূহ গধুৰ হ’ব فَهُوَ فِي عِيشَةٍ رَّاضِيَةٍ ٧তেওঁ থাকিব সন্তোষজনক জীৱনত وَأَمَّا مَنۡ خَفَّتۡ مَوَٰزِينُهُۥ ٨আৰু যাৰ তৰ্জুসমূহ পাতল হ’ব فَأُمُّهُۥ هَاوِيَةٌ ٩তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’। وَمَآ أَدۡرَىٰكَ مَا هِيَهۡ ١٠আৰু তুমি কি জানা সেইটোনো কি نَارٌ حَامِيَةُۢ ١١ই এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।
Translation: Shaykh Rafeequl Islam Habibur Rahman.