Arabic with tafsir
Listen to Surah At-Takathur (1265 reciters)
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
أَلۡهَىٰكُمُ ٱلتَّكَاثُرُ ١প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে। حَتَّىٰ زُرۡتُمُ ٱلۡمَقَابِرَ ٢যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা। كـَلَّا سَوۡفَ تَعۡلَمُونَ ٣কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা। ثُمَّ كـَلَّا سَوۡفَ تَعۡلَمُونَ ٤আকৌ কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা। كـَلَّا لَوۡ تَعۡلَمُونَ عِلۡمَ ٱلۡيَقِينِ ٥কেতিয়াও নহয়, যদি তোমালোকে নিশ্চিতভাৱে জানিলাহেঁতেন। لَتَرَوُنَّ ٱلۡجَحِيمَ ٦নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবা। ثُمَّ لَتَرَوُنَّهَا عَيۡنَ ٱلۡيَقِينِ ٧আকৌ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা। ثُمَّ لَتُسۡـَٔلُنَّ يَوۡمَئِذٍ عَنِ ٱلنَّعِيمِ ٨তাৰ পিছত সেইদিনা অৱশ্যই তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।
Translation: Shaykh Rafeequl Islam Habibur Rahman.