ملة الإسلام

السورة 100 · 11 آية · Shaykh Rafeequl Islam Habibur Rahman

سورة العاديات باللغة الآسامية

السورة بالعربية مع التفسير استمع إلى سورة العاديات (1,283 قارئاً)
مكيةسورة العاديات١١ آية

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

وَٱلۡعَٰدِيَٰتِ ضَبۡحًا ١শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাসমূহৰ فَٱلۡمُورِيَٰتِ قَدۡحًا ٢যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায় فَٱلۡمُغِيرَٰتِ صُبۡحًا ٣যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে فَأَثَرۡنَ بِهِۦ نَقۡعًا ٤ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায় فَوَسَطۡنَ بِهِۦ جَمۡعًا ٥আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে। إِنَّ ٱلۡإِنسَٰنَ لِرَبِّهِۦ لَكَنُودٌ ٦নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ وَإِنَّهُۥ عَلَىٰ ذَٰلِكَ لَشَهِيدٌ ٧নিশ্চয় সি এই বিষয়ে সাক্ষী وَإِنَّهُۥ لِحُبِّ ٱلۡخَيۡرِ لَشَدِيدٌ ٨আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত প্ৰবল। ۞ أَفَلَا يَعۡلَمُ إِذَا بُعۡثِرَ مَا فِي ٱلۡقُبُورِ ٩সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব وَحُصِّلَ مَا فِي ٱلصُّدُورِ ١٠আৰু অন্তৰত যি আছে সেয়া প্ৰকাশিত হ’ব إِنَّ رَبَّهُم بِهِمۡ يَوۡمَئِذٍ لَّخَبِيرُۢ ١١নিশ্চয় সিহঁতৰ প্ৰতিপালক সেইদিনা সিহঁতৰ অৱস্থা সম্পৰ্কে সবিশেষ অৱহিত।

الترجمة: Shaykh Rafeequl Islam Habibur Rahman.