ملة الإسلام

السورة 99 · 8 آية · Shaykh Rafeequl Islam Habibur Rahman

سورة الزلزلة باللغة الآسامية

السورة بالعربية مع التفسير استمع إلى سورة الزلزلة (1,320 قارئاً)
مدنيةسورة الزلزلة٨ آية

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

إِذَا زُلۡزِلَتِ ٱلۡأَرۡضُ زِلۡزَالَهَا ١যেতিয়া প্ৰবল কম্পনত পৃথিৱীখন প্ৰকম্পিত হ’ব وَأَخۡرَجَتِ ٱلۡأَرۡضُ أَثۡقَالَهَا ٢আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব وَقَالَ ٱلۡإِنسَٰنُ مَا لَهَا ٣আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল يَوۡمَئِذٍ تُحَدِّثُ أَخۡبَارَهَا ٤সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব بِأَنَّ رَبَّكَ أَوۡحَىٰ لَهَا ٥কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে يَوۡمَئِذٍ يَصۡدُرُ ٱلنَّاسُ أَشۡتَاتًا لِّيُرَوۡاْ أَعۡمَٰلَهُمۡ ٦সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায় فَمَن يَعۡمَلۡ مِثۡقَالَ ذَرَّةٍ خَيۡرًا يَرَهُۥ ٧এতেকে যিয়ে অনু পৰিমাণ সত্কাম কৰিছে সেয়া সি দেখিবলৈ পাব। وَمَن يَعۡمَلۡ مِثۡقَالَ ذَرَّةٍ شَرًّا يَرَهُۥ ٨আৰু যিয়ে অনু পৰিমাণ অসত্কাম কৰিছে সেয়াও সি দেখিবলৈ পাব।

الترجمة: Shaykh Rafeequl Islam Habibur Rahman.