بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
وَٱلسَّمَآءِ ذَاتِ ٱلۡبُرُوجِ ١শপত বুৰূজবিশিষ্ট আকাশৰ وَٱلۡيَوۡمِ ٱلۡمَوۡعُودِ ٢শপত প্ৰতিশ্ৰুতিকৃত দিনৰ وَشَاهِدٍ وَمَشۡهُودٍ ٣শপত দ্ৰষ্টা আৰু দৃষ্টৰ قُتِلَ أَصۡحَٰبُ ٱلۡأُخۡدُودِ ٤অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল ٱلنَّارِ ذَاتِ ٱلۡوَقُودِ ٥য’ত আছিল ইন্ধনপূৰ্ণ জুই। إِذۡ هُمۡ عَلَيۡهَا قُعُودٌ ٦যেতিয়া সিহঁত ইয়াৰ কাষত উপবিষ্ট আছিল وَهُمۡ عَلَىٰ مَا يَفۡعَلُونَ بِٱلۡمُؤۡمِنِينَ شُهُودٌ ٧আৰু সিহঁতে মুমিনসকলৰ লগত যি কৰিছিল সেয়া প্ৰত্যক্ষ কৰিছিল। وَمَا نَقَمُواْ مِنۡهُمۡ إِلَّآ أَن يُؤۡمِنُواْ بِٱللَّهِ ٱلۡعَزِيزِ ٱلۡحَمِيدِ ٨আৰু সিহঁতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে, তেওঁলোকে ঈমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰ যোগ্য আল্লাহৰ ওপৰত ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٍ شَهِيدٌ ٩যাৰ অধিকাৰত আছে আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু আল্লাহ সকলো বস্তুৰ প্ৰত্যক্ষদৰ্শী। إِنَّ ٱلَّذِينَ فَتَنُواْ ٱلۡمُؤۡمِنِينَ وَٱلۡمُؤۡمِنَٰتِ ثُمَّ لَمۡ يَتُوبُواْ فَلَهُمۡ عَذَابُ جَهَنَّمَ وَلَهُمۡ عَذَابُ ٱلۡحَرِيقِ ١٠নিশ্চয় যিহঁতে মুমিন পুৰুষ আৰু মুমিনা নাৰীক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, আৰু সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা। إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَهُمۡ جَنَّٰتٌ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُۚ ذَٰلِكَ ٱلۡفَوۡزُ ٱلۡكَبِيرُ ١١নিশ্চয় যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদী প্ৰবাহিত; এইটোৱে মহাসাফল্য। إِنَّ بَطۡشَ رَبِّكَ لَشَدِيدٌ ١٢নিশ্চয় তোমাৰ প্ৰতিপালকৰ গ্ৰেপ্তাৰী অতি কঠোৰ। إِنَّهُۥ هُوَ يُبۡدِئُ وَيُعِيدُ ١٣তেৱেঁই অস্তিত্ব প্ৰদান কৰে আৰু তেৱেঁই পুনৰাৱৰ্তন ঘটায় وَهُوَ ٱلۡغَفُورُ ٱلۡوَدُودُ ١٤নিশ্চয় তেওঁ ক্ষমাশীল, অতিস্নেহশীল। ذُو ٱلۡعَرۡشِ ٱلۡمَجِيدُ ١٥আৰছৰ অধিপতি, সন্মানিত। فَعَّالٌ لِّمَا يُرِيدُ ١٦তেওঁ যি বিচাৰে সেইটোৱে কৰে। هَلۡ أَتَىٰكَ حَدِيثُ ٱلۡجُنُودِ ١٧তোমাৰ ওচৰত সৈন্যবাহিনীৰ বৃত্তান্ত আহিছেনে فِرۡعَوۡنَ وَثَمُودَ ١٨ফিৰআউনৰ আৰু ছামূদৰ। بَلِ ٱلَّذِينَ كَفَرُواْ فِي تَكۡذِيبٍ ١٩তথাপিও কাফিৰসকল মিথ্যাৰোপ কৰাত লিপ্ত وَٱللَّهُ مِن وَرَآئِهِم مُّحِيطُۢ ٢٠আৰু আল্লাহে সিহঁতক কেউফালৰ পৰা পৰিবেষ্টন কৰি আছে। بَلۡ هُوَ قُرۡءَانٌ مَّجِيدٌ ٢١প্ৰকৃততে ই সন্মানিত কোৰআন فِي لَوۡحٍ مَّحۡفُوظِۭ ٢٢সুৰক্ষিত ফলকত লিপিবদ্ধ।