ملة الإسلام

السورة 113 · 5 آية · Shaykh Rafeequl Islam Habibur Rahman

سورة الفلق باللغة الآسامية

السورة بالعربية مع التفسير استمع إلى سورة الفلق (1,313 قارئاً)
مكيةسورة الفلق٥ آية

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

قُلۡ أَعُوذُ بِرَبِّ ٱلۡفَلَقِ ١কোৱা, মই আশ্ৰয় বিচাৰো উষাৰ প্ৰতিপালকৰ। مِن شَرِّ مَا خَلَقَ ٢তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা وَمِن شَرِّ غَاسِقٍ إِذَا وَقَبَ ٣আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয় وَمِن شَرِّ ٱلنَّفَّٰثَٰتِ فِي ٱلۡعُقَدِ ٤আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ ٥আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।

الترجمة: Shaykh Rafeequl Islam Habibur Rahman.