السورة بالعربية مع التفسير
استمع إلى سورة الناس (1,329 قارئاً)
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
قُلۡ أَعُوذُ بِرَبِّ ٱلنَّاسِ ١কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ مَلِكِ ٱلنَّاسِ ٢মানুহৰ অধিপতিৰ إِلَٰهِ ٱلنَّاسِ ٣মানুহৰ ইলাহৰ ওচৰত مِن شَرِّ ٱلۡوَسۡوَاسِ ٱلۡخَنَّاسِ ٤আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা ٱلَّذِي يُوَسۡوِسُ فِي صُدُورِ ٱلنَّاسِ ٥যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে مِنَ ٱلۡجِنَّةِ وَٱلنَّاسِ ٦জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।
الترجمة: Shaykh Rafeequl Islam Habibur Rahman.