بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
إِذَا ٱلشَّمۡسُ كُوِّرَتۡ ١সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ’ব وَإِذَا ٱلنُّجُومُ ٱنكَدَرَتۡ ٢আৰু নক্ষত্ৰৰাজি যেতিয়া খহি পৰিব وَإِذَا ٱلۡجِبَالُ سُيِّرَتۡ ٣পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ’ব وَإِذَا ٱلۡعِشَارُ عُطِّلَتۡ ٤আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ’ব وَإِذَا ٱلۡوُحُوشُ حُشِرَتۡ ٥আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ’ব وَإِذَا ٱلۡبِحَارُ سُجِّرَتۡ ٦আৰু যেতিয়া সাগৰসমূহক অগ্নিউত্তাল কৰা হ’ব وَإِذَا ٱلنُّفُوسُ زُوِّجَتۡ ٧আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব وَإِذَا ٱلۡمَوۡءُۥدَةُ سُئِلَتۡ ٨আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যাশিশুক সোধা হ’ব بِأَيِّ ذَنۢبٍ قُتِلَتۡ ٩কি অপৰাধত তাইক হত্যা কৰা হৈছিল وَإِذَا ٱلصُّحُفُ نُشِرَتۡ ١٠আৰু যেতিয়া আমলনামাসমূহ উন্মোচিত কৰা হ’ব وَإِذَا ٱلسَّمَآءُ كُشِطَتۡ ١١আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব وَإِذَا ٱلۡجَحِيمُ سُعِّرَتۡ ١٢আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব وَإِذَا ٱلۡجَنَّةُ أُزۡلِفَتۡ ١٣আৰু জান্নাতক যেতিয়া নিকটবৰ্তী কৰা হ’ব عَلِمَتۡ نَفۡسٌ مَّآ أَحۡضَرَتۡ ١٤তেতিয়া প্ৰত্যেক ব্যক্তিয়েই জানিব সি কি উপস্থিত কৰিছে। فَلَآ أُقۡسِمُ بِٱلۡخُنَّسِ ١٥এতেকে মই শপত কৰিছো আৱৰ্তনশীল নক্ষত্ৰবোৰৰ ٱلۡجَوَارِ ٱلۡكُنَّسِ ١٦যিবোৰ গতিশীল, অদৃশ্য وَٱلَّيۡلِ إِذَا عَسۡعَسَ ١٧আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয় وَٱلصُّبۡحِ إِذَا تَنَفَّسَ ١٨আৰু প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয় إِنَّهُۥ لَقَوۡلُ رَسُولٍ كَرِيمٍ ١٩নিশ্চয় এই কোৰআন সন্মানিত ৰাছুলে লৈ অহা বাণী। ذِي قُوَّةٍ عِندَ ذِي ٱلۡعَرۡشِ مَكِينٍ ٢٠যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মৰ্যদাসম্পন্ন مُّطَاعٍ ثَمَّ أَمِينٍ ٢١মান্যবৰ, তাত তেওঁ বিশ্বস্ত। وَمَا صَاحِبُكُم بِمَجۡنُونٍ ٢٢আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয় وَلَقَدۡ رَءَاهُ بِٱلۡأُفُقِ ٱلۡمُبِينِ ٢٣আৰু তেওঁ তেওঁক স্পষ্ট দিগন্তত দেখিছে وَمَا هُوَ عَلَى ٱلۡغَيۡبِ بِضَنِينٍ ٢٤আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে। وَمَا هُوَ بِقَوۡلِ شَيۡطَٰنٍ رَّجِيمٍ ٢٥আৰু এয়া কোনো অভিশপ্ত চয়তানৰো বাক্য নহয়। فَأَيۡنَ تَذۡهَبُونَ ٢٦এতেকে তোমালোকে কোনফালে গতি কৰিছা إِنۡ هُوَ إِلَّا ذِكۡرٌ لِّلۡعَٰلَمِينَ ٢٧এইটো কেৱল সমগ্ৰ জগতবাসীৰ বাবে উপদেশ বাণী لِمَن شَآءَ مِنكُمۡ أَن يَسۡتَقِيمَ ٢٨তাৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে। وَمَا تَشَآءُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ رَبُّ ٱلۡعَٰلَمِينَ ٢٩তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়া লৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে।